August 19, 2025 1:36 PM August 19, 2025 1:36 PM

views 16

ডিব্ৰুগড়ত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত স্বাৱলম্বী ভাৰত শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত চাবুৱা বহুমুখী সমবায় সমিতি লিমিটেড আৰু লুইত বহুমুখী সমবায় সমিতি লিমিটেডৰ সহযোগত ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি স্বাৱলম্বী ভাৰত শীৰ্ষক এটা বিশেষ অনুষ্ঠান কালি অনুষ্ঠিত হয়। চাবুৱা লাহোৱাল পঞ্চায়তৰ অন্তৰ্গত ৰহমৰীয়া গেনিচুকৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত ভালেসংখ্যক স্থানীয় লোক, সমবায় কর্মী, হস্ততাঁত শিল্পৰ সৈতে জড়িত ব্যক্তি তথা বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। স্থানীয় স্তৰত আত্মনিৰ...

July 31, 2025 8:18 PM July 31, 2025 8:18 PM

views 8

চাবুৱাৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত ৬০ গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান

প্রধানমন্ত্ৰীৰ যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি চাবুৱাৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত ৬০ গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰা হয়। জিলা খনিজ ন্যাস নিধি - ডি এম এফ টিৰ তৰফৰ পৰা যোগান ধৰা এই খাদ্যৰ টোপোলাসমূহ চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই বিতৰণ কৰে। আদৰ্শ চিকিৎসালয়খনৰ সভাকক্ষত অনুষ্ঠিত বিতৰণ সভাত জিলা যক্ষ্মা বিষয়া ডাঃ ৰবি বৰুৱাই যক্ষ্ম ৰোগ সন্দৰ্ভত এটা সজাগতামূলক কাৰ্যসূচীৰ পৰিচালনা কৰে। সভাত পানীতোলা, চাবুৱা আৰু লাহোৱাল যক্ষ্মা চিকিৎসা খণ্ডৰ বিষয়া আৰু স্বাস্...