December 24, 2024 9:15 PM

views 29

চাবুৱাৰ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চাবুৱাৰ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে আৰু সোণালী জয়ন্তী স্মাৰক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্ৰীসোণোৱালে মহাবিদ্যালয়খনে চাবুৱাৰ সমাজৰ প্ৰতি মহাবিদ্যালয়খনৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে।