December 12, 2024 12:03 PM

views 24

অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। সামগ্রিক খাদ্য সুৰক্ষা পৰিচালনাৰ বাবে আৰু অসাধু ব্যৱসায়ীক ৰোধ কৰিবলৈ কেন্দ্ৰই ব্যৱসায়ী, পাইকাৰী বিক্রেতা, খুচুৰা বিক্রেতা, দেশৰ বিভিন্ন প্ৰান্তত বিপণী থকা বৃহৎ খুচুৰা বিক্রেতা, আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ খাদ্য প্ৰসংস্কৰণৰ সৈতে জড়িতসকলৰ মাজত ঘেঁহুৰ মজুতৰ সীমা নিৰ্ধাৰণ কৰিছে। ব্যৱসায়ী আৰু পাইকাৰী বিক্ৰেতাৰ বাবে ঘেঁহুৰ মজুতৰ সীমা ২০০০ মেট্রিক টনৰ পৰা ১০০০ মেট্রিক টনলৈ হ্ৰাস কৰাৰ বিপৰীত...