June 22, 2024 12:38 PM June 22, 2024 12:38 PM

views 6

প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বনৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ আইন প্ৰণয়ন

কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক ১০ বছৰ কাৰাদণ্ডৰ আৰু ১ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰ্যালয় আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থাসমূহ কালিৰে পৰা প্ৰযোয্য হৈছে। সার্বজনীন পৰীক্ষা অসৎপন্থা নিয়ন্ত্রণ বিধেয়ক ২০২৪, ৬ ফেব্ৰুৱাৰীত লোকসভা আৰু ৯ ফেব্ৰুৱাৰীত ৰাজ্যসভাত গৃহীত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ১২ ফেব্ৰুৱাৰীত বিধে...