January 17, 2025 8:32 PM
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত কেন্দ্ৰৰ তীক্ষ্ণ দৃষ্টি
কেন্দ্ৰীয় চৰকাৰে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এগৰাকী মুখপাত্রই নতুন দিল্লী...