December 23, 2024 9:03 PM
12
পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰাৰ বিশেষ নীতি বাতিল
কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰাৰ বিশেষ নীতি বাতিল কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শিক্ষা সচিব সঞ্জয় কুমাৰে কয়, যে অনুতীৰ্ণ শিক্ষাৰ্থীসকলে দুমাহৰ ভিতৰত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে, এই পৰীক্ষাত অনুতীৰ্ণসকলক পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়া নহ'ব। প্ৰাথমিক শিক্ষা সমাপ্ত নোহোৱা পৰ্যন্ত এই শিক্ষার্থীসকলক কোনো বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা নহব বুলি শিক্ষা সচিবগৰাকীয়ে উল্লেখ কৰে। ত...