November 26, 2024 12:02 PM

views 10

আয়কৰ বিভাগৰ পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে আয়কৰ বিভাগৰ পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণত অনুমোদন জনাইছে। এহেজাৰ ৪৩৫ কোটি টকা ব্যয় সাপেক্ষে পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণ ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্রীয় কেবিনেট বৈঠকৰ পিছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইয়াৰ অধীনত বৰ্তমানৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে উন্নীত কৰা হ'ব আৰু এটা ঐক্যবদ্ধ পৰ্টেল উপলব্ধ হব। তেওঁ লগতে কয়, যে এই প্রকল্পত শক্তিশালী চাইবাৰ সুৰক্ষা ব্যৱস্থা থাকিব। তেঁও লগতে স্পষ্ট কৰি দিয়ে যে জনসাধাৰণৰ বৰ্তম...