January 3, 2026 6:13 PM

views 23

বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিবঃ ৰে’লমন্ত্ৰী

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে, যে বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয়,যে সম্পূৰ্ণ হোৱাৰ পাছত এই প্ৰকল্পই মুম্বাই আৰু আহমেদাবাদৰ মাজত যাত্ৰাৰ সময় এঘণ্টা ৫৮ মিনিটলৈ হ্ৰাস কৰাৰ লগতে প্রধান প্রধান বাণিজ্যিক কেন্দ্ৰসমূহৰ মাজত অর্থনৈতিক যোগাযোগ শক্তিশালী কৰিব। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভাইৰা আৰু বৈছাৰ বুলেট ট্ৰেইন ষ্টেচনৰ মাজত অৱস্থিত প্রায় ডেৰ কিলোমিটাৰ দীঘল পার্বত্য সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত কালি ৰে'লমন্ত্ৰীগৰা...

December 6, 2025 4:01 PM

views 36

বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ৰে’লৰ উপলভ্যতাত গুৰুত্ব

দেশজুৰি বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই সুচল যাত্ৰা আৰু ৰে’ল গাড়ীৰ উপলভ্যতাত গুৰুত্ব দিছে। দেশত মুঠ ৩৭ খন ৰে’লগাড়ীত ১১৬ টা অতিৰিক্ত ডবা সংযোগ কৰা হৈছে। দক্ষিণ ৰে’লৱেই আটাইতকৈ বেছি সংখ্যক ডবা সংযোগ কৰিছে।

December 3, 2025 11:22 AM

views 32

পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে’লপথ স্থাপন হ’ব: ৰে’ল মন্ত্রণালয়

● ৰে’ল মন্ত্রণালয়ে পশ্চিমবংগৰ নিউ কোচ বিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ থকা ১৫২. ৩১ কিলোমিটাৰ ৰে'লপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপত অনুমোদন জনাইছে। প্রায় তিনি কোটি ৬৫ লাখ টকা ব্যয়েৰে চলাবলগীয়া এই স্থানভিত্তিক জৰীপ শীঘ্ৰেই আৰম্ভ হ'ব। বৰ্তমান এশাৰীয়া লাইনযুক্ত এই পথটো দ্বৈত ৰে'লপথ হৈ উঠিলে পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে'লপথ স্থাপন হ'ব। উল্লেখযোগ্য যে বঙাইগাঁৱৰ পৰা অভয়াপুৰী হৈ নৰনাৰায়ণ সেঁতুৰে কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে দ্বৈত ৰে'লপথ আৰু বৈদ্যুতিকৰণৰ কাম সম্...

October 21, 2025 8:04 PM

views 29

মধ্য ৰে’লৱেৰ ১৯ ছেপ্তেম্বৰৰ পৰা ৩০ নবেম্বৰলৈকে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ১৯৯৮ খন দেৱালী বিশেষ ৰে’লৰ চলাচল

মধ্য ৰে'লৱেই ১৯ ছেপ্তেম্বৰৰ পৰা ৩০ নবেম্বৰলৈকে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষণ আৰু আৰক্ষণ বিহীন ১৯৯৮ খন দেৱালী বিশেষ ৰে'ল চলাচল কৰাইছে। ইয়াৰ ভিতৰত মুম্বাইৰ পৰা ছশৰো অধিক ৰে'ল বিভিন্ন ৰাজ্যলৈ চলাচল কৰোৱা হৈছে। মুম্বাই অঞ্চলৰ পৰা প্ৰতিদিনে প্রায় ১০০ খন নিয়মীয়া আৰু ৮-১০ খন বিশেষ ৰে'ল চলাচল কৰোৱা হৈছে। মুম্বাই সংমণ্ডলৰ পৰা আজি মুঠ ৭৭ খন ৰে'ল চলাচল কৰোৱা হৈছে আৰু পৰৱৰ্তী তিনিটা দিনত ২৪ খন ৰে'ল চলাচল কৰোৱা হ'ব। ইতিমধ্যে, সমগ্র দেশতে ৭০৫ টা ৰেলৰ যাত্ৰা সম্পূৰ্ণ হৈছে আৰু ইয়াৰ ফলত ১০ লাখ ৬৮ হাজাৰ যাত্রী গ...