November 22, 2025 8:53 PM
14
হজ যাত্ৰীসকলৰ যাত্ৰা অধিক সূচল কৰি তোলাৰ উপায় সম্পর্কে আলোচনা কেন্দ্রীয় হজ কমিটিৰ
কেন্দ্রীয় হজ কমিটিয়ে আজি মুম্বাইত আয়োজিত এখন বৈঠকত ২০২৬ বৰ্ষৰ হজৰ বাবে ভাৰতীয় হজ যাত্ৰীসকলৰ যাত্ৰা অধিক সূচল আৰু সৰল কৰি তোলাৰ উপায় সম্পর্কে আলোচনা কৰে। বৈঠকত সংখ্যা লঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিব ড০ চন্দ্ৰশেখৰ কুমাৰে হজ কমিটিক হজ যাত্ৰীসকলৰ বকেয়া ধনৰ ৭৫ শতাংশ ততালিকে ঘুৰাই দিবলৈ নির্দেশ দিয়ে। বাকী ২৫ শতাংশ সত্যা-সত্য নিৰূপণৰ পাছত পৰিষোধ কৰা হব। ড০ কুমাৰে লগতে হজ যাত্ৰাৰ সৈতে জড়িত সকলো কমকাজ সম্পূর্ণরূপে ডিজিটেল, পর্টেল আধাৰিত আৰু কৃত্রিম বুদ্ধিমত্তা পৰিচালিত ব্যৱস্থালৈ ৰূপান্তৰ কৰিবলৈ কয়। সংখ্য...