September 18, 2024 11:55 AM

views 13

শোধিত আৰু অশোধিত চয়াবিন তেল, পাম অইল, সূৰ্যমুখী তেলৰ বুনিয়াদী সীমা শুল্ক বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে শূন্য আৰু বুনিয়াদী সীমা শুল্কৰ ১২ দশমিক ৫ শতাংশ হাৰত আমদানি কৰা খোৱাতেলৰ উপলভ্য হৈ থকালৈকে তেলৰ সৰ্বাধিক খুচুৰা মূল্য বৰ্তাই ৰাখিবলৈ আগশাৰীৰ খোৱাতেল সংস্থাসমূহক পৰামৰ্শ আগবঢ়াইছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সঞ্জীৱ চোপ্ৰাই মূল্য নিৰ্দ্ধাৰণ ৰণনীতি সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি নতুন দিল্লীত ভাৰতীয় ছলভেণ্ট এক্সট্ৰাকচন অর্থাৎ দ্ৰাৱকীয় নিষ্কাশন সংস্থাৰ ভাৰতীয় বনস্পতি তেল উৎপাদনকাৰী সংস্থা আৰু চয়াবিন তেল উৎপাদনকাৰী সংস্থাৰ প্রতিনিধিসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা...