October 1, 2025 7:08 PM October 1, 2025 7:08 PM

views 23

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰনেৰে চাৰিলেনলৈ উন্নীতৰ বাবে অনুমোদন জনাইছে

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি চাৰিলেনলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। মুঠ ৬,৯৫৭ কোটি টকা ব্যয়ৰে এই ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা সম্প্ৰসাৰণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা ৰূপায়ণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি আংলঙৰ পাৰ্বত্য অঞ্চললৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি বন্যপ্ৰাণীসমূহে যাতে মুক্ত আৰু বাধাহীনভাৱে আহ-যাহ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰ...

September 2, 2024 8:19 PM September 2, 2024 8:19 PM

views 14

কৃষকসকলৰ বাবে ১৩,৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে কৃষকসকলৰ জীৱন উন্নত কৰা তথা তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে ১৩ হাজাৰ ৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত অনুমোদন জনাইছে। কেবিনেটে আজি ২ হেজাৰ ৮১৭ কোটি টকা ব্যয় সাপেক্ষ ডিজিটেল কৃষি অভিযানত অনুমোদন জনায়। নতুন দিল্লীত বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, কৃষকসকলৰ জীৱন উন্নত কৰাৰ উদ্দেশ্যে কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তগাঠনিৰ আৰ্হিতে ডিজিটেল কৃষি অভিযান বিকশা...

August 10, 2024 1:25 PM August 10, 2024 1:25 PM

views 13

নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত অনুমোদন জনাইছে। কেবিনেটে লগতে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ ৰূপায়ণত অনুমোদন দিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যোৱানিশা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে, প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি নতুন বাসগৃহ নিৰ্মাণ কৰা হ'ব। ইয়াৰে ভিতৰত ২ কোটি বাসগৃহ গ্রাম্যঞ্চলত আৰু ১ কোটি বাসগৃহ নগৰ অঞ্চলত নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই আঁচনিখনৰ...