October 27, 2025 8:59 PM

views 80

নির্বাচন আয়োগে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব

নির্বাচন আয়োগে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আজি নতুন দিল্লীত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ভোটদাতাৰ তালিকা স্বচ্ছ আৰু ত্রুটিমুক্ত কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই পৰ্যায়ত অহা ৪ নৱেম্বৰৰ পৰা চত্তিশগড়, উত্তৰ প্ৰদেশ, গোৱা, কেৰালা, পুডুচেৰী, গুজৰাট, ৰাজস্থান, পশ্চিমবংগ, লাক্ষাদ্বীপ, আন্দামান নিকোবৰ...

October 5, 2025 8:39 PM

views 33

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন শীঘ্রেই ঘোষণা কৰা হ’ব বুলি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰকাশ

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন শীঘ্রেই ঘোষণা কৰা হ'ব বুলি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি প্ৰকাশ কৰিছে। তেওঁ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ মতামত গ্রহণ কৰিছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয়, যে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি ভোটদানৰ সময় সূচী নির্ধাৰণ কৰা হ'ব। বিহাৰত মুক্ত, নিকা আৰু শান্তিপূর্ণভাবে বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৭ টা নতুন পদক্ষেপ গ্রহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ দ্বাৰা ভোটদানৰ সময়ত ভোটাদাতাসকল বিশেষ অভিজ্ঞতাৰ অধিকাৰী হ'ব। ভোটাৰ ...