June 3, 2024 6:50 PM June 3, 2024 6:50 PM
20
৬৪২ নিযুত ভোটাৰে লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি ৰাজীৱ কুমাৰৰ প্ৰকাশ
লোকসভা নিৰ্বাচনত কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি এখন সংবাদমেলত এইবিষয়ে প্রকাশ কৰি কয় যে শক্তিশালী নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু স্বচ্ছতা বজাই ৰাখি কাইলৈ এই ভোটগণনা সম্পন্ন হ'ব। মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে লগতে ৰিটার্নিং বিষয়াৰ টেবলত গণনাকাৰী এজেন্টসকলক উপস্থিত থাকিবলৈ অনুমতি দিয়া নহয় বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ সত্যতা অস্বীকাৰ কৰে। তেওঁ কয় যে এজেন্টসকলকো অনুমতি প্ৰদান কৰা হৈছে। তদুপৰি নি...