August 18, 2024 6:42 PM

views 45

শ্ৰীৰাম আই এছ  প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিৰ  জৰিমণা

 কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিয়ে ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে শ্ৰীৰাম আই এছ নামৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ৩ লাখ টকাৰ জৰিমণা বিহিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, উপভোক্তা অধিকাৰৰ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তই সামগ্ৰী আৰু সেৱা সম্পৰ্কে ভূৱা তথা বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ কৰাত সহায় কৰিব। ২০১৯ চনৰ উপভোক্তা সুৰক্ষা আইনৰ উলংঘন সন...