December 26, 2024 8:34 PM December 26, 2024 8:34 PM
7
আগশাৰীৰ প্ৰতিযোগিতামূলক প্রশিক্ষণ প্রতিষ্ঠানক জৰিমনা কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ
কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ চি চি পি এ দেশৰ তিনিটা আগশাৰীৰ প্ৰতিযোগিতামূলক প্রশিক্ষণ প্রতিষ্ঠানক জৰিমনা বিহিছে। এই প্রশিক্ষণ প্রতিষ্ঠানকেইটা হৈছে বাজিৰাও এণ্ড ৰেড্ডী ইনষ্টিটিউট, ষ্টাডি আই কিউ আই এ এছ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু এড্জ আই এ এছ প্রশিক্ষণ প্রতিষ্ঠান। এই প্রতিষ্ঠানকেইটাই কেন্দ্রীয় লোকসেৱা আয়োগৰ ২০২২ আৰু ২০২৩ চনৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ দাবীৰে বিজ্ঞাপন দিয়াৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত বাজিৰাও এণ্ড ৰেড্ডী ইনষ্টিটিউট আ...