November 19, 2024 6:25 PM

views 13

মেটাক ২১৩ কোটি ১৪ লাখ টকাৰ জৰিমনা ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ

ভাৰতীয় প্ৰতিযোগিতা আয়োগে ২০২১ চনত গোপনীয়তা নীতিৰ আপডেট সন্দৰ্ভত ছ'ছিয়েল মিডিয়া প্লেটফর্ম মেটাক ২১৩ কোটি ১৪ লাখ টকাৰ জৰিমনা বিহিছে। আয়োগে লগতে পৰৱৰ্তী ৫ বছৰলৈ বিজ্ঞাপনৰ উদ্দেশ্যে মেটাৰ মালিকানাধীন অন্য এপ্লিকেচনৰ সৈতে ব্যৱহাৰকাৰীৰ তথ্য ভগাই নল'বলৈ নির্দেশ দিছে। আয়োগে কৈছে যে, হোৱাটছএপ সেৱাৰ বাহিৰে অন্য কোনো কাৰণত তথ্যৰ বিনিময়ক ভাৰতত হোৱাটছএপ ব্যৱহাৰৰ বাবে পূৰ্ব চৰ্ত বুলি গণ্য কৰিব পৰা নাযাব। আয়োগে তথ্য বিনিময়ৰ ব্যৱস্থাক লৈ সমগ্ৰ বিশ্বত আলোচনাৰ সূত্ৰপাত হোৱাৰ পাছত ২০২১ চনৰ মাৰ্চত এই নীতি...