May 13, 2025 9:28 PM
চিবিএচইৰ দ্বাদশ আৰু দশম শ্ৰেণীত উত্তীর্ণ ছাত্র-ছাত্রীসকলক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএচই) আজি ঘোষণা কৰা চলিত বৰ্ষৰ দ্বাদশ আৰু দশম শ্ৰেণীত উত্তীর্ণ ছাত্র-ছাত্রীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগ...