November 15, 2024 11:55 AM

views 12

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম-দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ ওপৰত শৈক্ষিক বোজা হ্ৰাস কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰা ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ব'ৰ্ডৰ পৰীক্ষাৰ মূল্যায়নৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন সাধন কৰা হৈছে। সেই অনুসৰি এতিয়াৰে পৰা ব'ৰ্ড পৰীক্ষাত ৪০ শতাংশ নম্বৰ আভ্যন্তৰীণ মূল্যায়নৰ জৰিয়তে প্ৰদান কৰাৰ লগতে বাকী ৬০ শতাংশ চূড়ান্ত ব'ৰ্ড পৰীক্ষাৰ পৰা মূল্যায়ন কৰি বাৰ্ষিক ফলাফল ঘোষণা কৰা হ'ব। চি ব...