February 18, 2025 8:10 PM February 18, 2025 8:10 PM

views 6

জাৰ্মানীৰ নাগৰিকক চাইবাৰ অপৰাধ চক্ৰক উত্খাতৰ ব্যৱস্থা গ্ৰহণ চি বি আইৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০২১ চনৰে পৰা জাৰ্মানীৰ নাগৰিকক লক্ষ্য হিচাপে লোৱা চাইবাৰ অপৰাধ চক্ৰক উত্খাত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে ১৪ৰ পৰা ১৭ জানুৱাৰীলৈ কলকাতা আৰু শিলিগুৰিৰ ছটা স্থাডনত তালাচী অভিযান চলায়। জাৰ্মান বিষয়াসকলৰ সৈতে ঘনিষ্ট সমন্বয়েৰে চলাই থকা চক্ৰ অভিযানৰ চতুৰ্থ পৰ্য়াযৰ অধীনত এই তালাচী চলোৱা হয়। তালাচীৰ সময়ত সংস্থাটোৱে শিলিগুৰিৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তালাচী অভিযানৰ সময়ত সাতটা মোবাইল ফোন, এটা লেপটপ আৰু অপৰাধ সংক্...

November 21, 2024 6:19 PM November 21, 2024 6:19 PM

views 10

কেইবাটাও বিত্তীয় অনিয়মৰ ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ চি বি আইৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, চি বি আইয়ে অসম চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত কেইবাটাও বিত্তীয় অনিয়মৰ ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। সংস্থাটোৱে কালি এনে এটা গোচৰৰ তদন্তৰ বাবে শিলচৰত তনয় দেৱ নামৰ অভিযুক্তজনৰ বাসগৃহত তালাচী চলাই কেতবোৰ আপত্তিজনক সঁজুলি আৰু নথিপত্র জব্দ কৰে। কেন্দ্ৰীয় সংস্থাটোৱে গুৱাহাটীৰ পল্টনবজাৰ থানাত যোৱা ২১ আগষ্টত ৰুজু হোৱা বিত্তীয় অনিয়মৰ গোচৰ এটাৰো তদন্তৰ দায়িত্ব লৈছে। দীপাংকৰ বৰ্মন নামৰ লোক এজনে তেওঁৰ সহযোগী মনালিছা দাসৰ সৈতে তেওঁলোকৰ অধীনস্থ সংস...