October 7, 2025 8:00 PM

views 17

ৰে’ল বিভাগৰ চাৰিটা প্ৰকল্পত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ২৪ হাজাৰ ৬৩৪ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া ৰে'ল বিভাগৰ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্রকল্পসমূহৰ ভিতৰত ভূচাৱাল-বৰ্ধা তৃতীয় আৰু চতুর্থ লাইন, গোন্দিয়া-দ'নগৰৰ্গঢ় চতুর্থ লাইন, বডোডৰা-ৰাটলাম তৃতীয় আৰু চতুর্থ লাইন তথা ইটার্জী-ভূপাল-বিনা চতুর্থ লাইন উল্লেখযোগ্য। কেইবাশৰীয়া ৰে'ল লাইন নির্মাণৰ এই প্ৰকল্পৰ অধীনত মহাৰাষ্ট্ৰ, মধ্য প্রদেশ, গুজৰাট আৰু ছত্তিশগড়ৰ ১৮ খন জিলাক সামৰি লোৱা হ'ব। তদুপৰি, এই প্রকল্পসমূহৰ জৰিয়তে দেশৰ ৰেল নেটৱৰ্ক ৮৯৪ কিলোমিটাৰ বৃদ্...