November 11, 2024 12:32 PM

views 26

মঙলদৈত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীর্ষক এটা জিলা পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন

দৰং জিলাৰ মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীর্ষক এটা জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ শিক্ষিত যুৱক-যুৱতীসকলক কর্মসংস্থাপনৰ উপযুক্ত পথৰ সন্ধান দিয়াৰ লক্ষ্যৰে জিলা নিয়োগ বিনিময় কেন্দ্ৰই এই কাৰ্যসূচী হাতত লৈছে। এই পৰামৰ্শ দান কাৰ্যসূচীত জিলাখনৰ মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীৰ লগতে আন যুৱক-যুৱতীসকলে অংশগ্রহণ কৰিব। এই কাৰ্যসূচীত অসম দক্ষতা বিশ্ববিদ্যালয় আৰু গ্ৰামীন আত্মসংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ লগতে কেইবাটাও ব্যক্তিগত খণ্ডৰ প...