June 9, 2025 12:09 PM
বিশ্বৰ ১ নম্বৰ স্থানৰ টেনিছ খেলুৱৈ ইটালীৰ জানিক চিনাৰক পৰাস্ত স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ
টেনিছত স্পেইনৰ কাৰ্লোছ আলকাৰাজে যোৱা নিশা বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈ ইটালীৰ জানিক চিনাৰক ৫ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দুটা ছেট পিছপৰি তিনিটা চেম্পিয়নশ্বিপ পইণ্টৰ সন্মুখীন হোৱা ...