June 9, 2025 12:09 PM June 9, 2025 12:09 PM
7
বিশ্বৰ ১ নম্বৰ স্থানৰ টেনিছ খেলুৱৈ ইটালীৰ জানিক চিনাৰক পৰাস্ত স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ
টেনিছত স্পেইনৰ কাৰ্লোছ আলকাৰাজে যোৱা নিশা বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈ ইটালীৰ জানিক চিনাৰক ৫ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দুটা ছেট পিছপৰি তিনিটা চেম্পিয়নশ্বিপ পইণ্টৰ সন্মুখীন হোৱা বৰ্তমানৰ চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু গ্ৰেণ্ড শ্লেমৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ ফাইনেল খেলখনত ৪-৬, ৬-৭, ৬-৪, ৭-৬, ৭-৬ ছেটত ২২ বছৰীয়া স্পেনিছ খেলুৱৈগৰাকীয়ে অৱশেষত জয়লাভ কৰে। ইয়াৰ লগে লগে আলকাৰাজে দ্বিতীয়টো ৰ'লেণ্ড গাৰোছৰ মুকুট নিশ্চিত কৰাৰ লগতে একেৰাহে পাঁচখন ফাইনেলত অপৰাজিত হৈ পঞ্চমটো গ...