May 14, 2025 8:03 PM

views 25

ফ্ৰান্সৰ ফ্ৰেন্স ৰিভেৰাত ৭৮ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

ফ্ৰান্সৰ ফ্ৰেন্স ৰিভেৰাত ৭৮ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ ৰেড কার্পেট আৰু আকর্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে কালি আৰম্ভ হয়। ১২ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্রবীন আমেৰিকান অভিনেতা, প্রযোজক আৰু নিৰ্দেশক ৰবাৰ্ট ডি নিৰুক সন্মানীয় পালমে ডি অ'ৰ প্ৰদান কৰা হয়। এই আন্তঃৰাষ্ট্ৰীয় চিনেমাৰ মঞ্চত ভাৰতে পুনৰ কেইবাখনো উল্লেখনীয় ছবি প্রদর্শন কৰিব। সৌমিত্ৰ ছেটাৰ্জী আৰু শর্মিলা টেগ'ৰ অভিনিত প্ৰসিদ্ধ ছবি নির্মাতা সত্যজিৎ ৰায়ৰ ১৯৭০ চনত নিৰ্মিত ছবি অৰণ্যেৰ দিন-ৰাতি ক্লাছিক শা...

May 11, 2024 11:08 AM

views 22

অহা ১৪ মে’ৰ পৰা ৭৭সংখ্যক ফ্ৰান্সৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ, ভাৰতৰ অংশগ্রহণ

অহা ১৪ মে'ৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ'বলগীয়া ৭৭ সংখ্যক ফ্ৰান্সৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতে অংশগ্রহণ কৰিব। এই চলচ্চিত্ৰ মহোৎসৱত ভাৰত পৰ্ব নামৰ এটা বিশেষ অনুষ্ঠান উদযাপন কৰা হ'ব। নেচনেল ইনষ্টিটিউট অৱ ডিজাইন আহমেদাবাদে এই বছৰৰ থীম ক্রিয়েটিভ ইণ্ডিয়া প্ৰস্তুত কৰাৰ বাবে দা সূত্ৰধাৰাৰ পৰা অনুপ্ৰাণিত বুলি প্ৰকাশ কৰিছে। প্ৰায় ৩০ বছৰ পাছত পায়েল কাপাডিয়াৰ অল উই ইমাজিন এছ লাইট ভাৰতীয় ছবিখন প্ৰতিযোগিতা শাখাত মনোনীত হৈছে।