April 10, 2024 10:53 AM

views 26

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে কংগ্রেছৰ প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্রেছে কালি অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। দলটোৱে বিশাখাপট্টনম লোকসভা আসনৰ বাবে পুলুছু সত্যনাৰায়ণ ৰেড্ডীক প্ৰক্ষেপ কৰাৰ বিপৰীতে তিৰুপতি লোকসভাৰ আসনৰ বাবে ড০ চিন্ত মোহনক প্রক্ষেপ কৰিছে। দলটোৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে ১২ গৰাকী আৰু লোকসভা নিৰ্বাচনৰ ছগৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।

April 2, 2024 8:27 PM

views 51

লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কংগ্ৰেছৰ

◊ কংগ্ৰেছে আজি সমাগত লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰে। কাকিনাদা লোকসভাৰ আসনৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম এম পল্লম ৰাজুৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী ৱাই এছ শর্মিলা ৰেড্ডীয়ে কদাপা আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব আৰু বাপটলা লোকসভা আসনৰ পৰা দলৰ নেতা জে ডি ছিলামে প্রতিদ্বন্দ্বিতা কৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তাৰিক আনোৱাৰে বিহাৰৰ কাটিহাৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে আমিৰ চান্দ নায়কে ওড়িশাৰ কান্ধামাল লোকসভা আসনৰ...