November 20, 2025 7:43 PM
1
দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী
দৰং জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি জিলাখনৰ দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়।...