February 2, 2025 6:49 PM

views 21

কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে দেশখনলৈ আমদানিকৃত আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ প্ৰতি সঁহাৰি জনাই কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে দেশখনলৈ আহিবলগীয়া ১৫৫ বিলিয়ন ডলাৰ মূল্যৰ আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ঘোষণা কৰিছে। অটোৱাত অনুষ্ঠিত সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীটুডুৱে ১২৫ বিলিয়ন ডলাৰৰ আমেৰিকান আমদানি সামগ্ৰীৰ ক্ষেত্ৰত অহা মঙলবাৰৰ পৰা ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে ২১ দিনত ১২৫ বিলিয়ন ডলাৰৰ আমেৰিকান সামগ্ৰীৰ ক্ষেত্ৰতো একে ধৰণৰ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। শ্ৰীটুডুৱে স...