November 10, 2024 11:54 AM

views 16

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্র প্রত্যক্ষ প্রবাহ ভিছা এচ ডি এছ কানাডা প্ৰত্যাহাৰ

কানাডাই ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্র প্রত্যক্ষ প্রবাহ ভিছা এচ ডি এছ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। এছডিএছ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধ্যয়নৰ বাবে অনুমতি বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা মূল পথ। দেশখনত গৃহ নিৰ্মাণৰ নাটনি আৰু সম্পদৰ টান দূৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি কোৱা হৈছে। ২০১৮ চনত কানাডাৰ প্ৰব্ৰজন, শৰণাৰ্থী আৰু নাগৰিকত্ব বিভাগ আই আৰ চি চিয়ে এই এছ ডি এছ কাৰ্যসূচী আৰম্ভ কৰিছিল। মুঠ ১৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অধ্যয়নৰ অনুমতিৰ আবেদন খৰতকীয়া...