January 10, 2025 1:32 PM

views 20

কানাডাত প্ৰধানমন্ত্ৰী পদৰ বাবে ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যৰ প্রার্থিত্ব ঘোষণা

কানাডাত ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যই প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৰ পদত্যাগৰ পাছত প্ৰধানমন্ত্ৰী পদৰ বাবে নিজৰ প্রার্থিত্ব ঘোষণা কৰিছে। অটোবাৰ লিবাৰেল পাৰ্টীৰ সাংসদ আৰ্য্যই প্রধানমন্ত্রী পদত অধিষ্ঠিত হ'লে গ্রাহক কাৰ্বন কৰ আঁতৰোৱাৰ লগতে কানাডাক গণতান্ত্রিক দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আশ্বাস দিছে। কৰ্ণাটকৰ তুমজুৰ জিলাৰ বাসিন্দা শ্ৰীআৰ্য্যই ২০০৬ চনতে কানাডালৈ গৈছিল। তেওঁ ২০১৫ চনত কানাডাৰ যুক্তৰাষ্ট্ৰীয় নিৰ্বাচনত নেপিয়নৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৯ আৰু ২০২১ চনত তেওঁ পুন...