April 20, 2025 9:15 PM April 20, 2025 9:15 PM

views 4

কানাডাৰ ৱানকৌৱাৰৰ গুৰুদ্বাৰ খালিস্তান পন্থীয়ে ধ্বংস কৰে

কানাডাৰ ৱানকৌৱাৰৰ এটা বিখ্যাত গুৰুদ্বাৰ খালিস্তান পন্থীয়ে ধ্বংস কৰাৰ পাছত স্থানীয় শিখ সম্প্ৰদায়ৰ মাজত উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। স্থানীয়ভাৱে ৰচ ষ্টিট হিচাপে খ্যাত খালচা দিৱান ছ'চাইটী গুৰুদ্বাৰটো দুষ্কৃতিকাৰীয়ে ধ্বংস কৰে। গুৰুদ্বাৰ প্ৰশাসনে সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা আলোকচিত্ৰসমূহত গুৰুদ্বাৰটোৰ কেইবাটাও স্থানত খালিস্তান লিখা থকা পৰিলক্ষিত হয়। ব্ৰিটিছ কলম্বিয়াৰ সুৰেই মহানগৰত বিশ্বৰ সর্ববৃহৎ বৈশাখী সমদল আয়োজন কৰাৰ দিনাই কালি পুৱা এই ঘটনা পোহৰলৈ আহে। কানাডাৰ সংবাদ মাধ্যমে সদৰী...