October 12, 2025 8:32 PM

views 37

কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দৰ তিনিদিনীয়া ভাৰত ভ্রমণসূচী

কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দ তিনিদিনীয়া ভ্রমণসূচীৰে আজি নতুন দিল্লী পাবহি। তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমাৰ মন্ত্রী ড০ এছ জয়শংকৰৰ সৈতে আলোচনাত বহিব। বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিয়ছ গোৱেলকো কাইলৈ তেওঁ সাক্ষাৎ কৰিব। এই আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য বৈচিত্র্য, শক্তি ৰূপান্তৰ আৰু নিৰাপত্তাৰ দৰে বিষয়ত কৌশলগত সহযোগিতা বৃদ্ধিত আলোকপাত কৰা হ'ব। শ্রীমতী আনন্দ মুম্বাইলৈও যাব আৰু তাত তেওঁ দুয়োখন দেশত বিনিয়োগ, কর্মসংস্থাপন সৃষ্টি আৰু অর্থনৈতিক সুবিধা সন্দৰ্ভত দেশ দুখনৰ ব্যৱসায় প্ৰতিষ্ঠানৰ মুৰববীসকলৰ সৈত...

October 12, 2025 11:09 AM

views 69

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে ছদিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীনদেশ ভ্ৰমণ কৰিব

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীনদেশ ভ্ৰমণ কৰিব। কানাডাৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় নীতিৰ অংশ স্বৰূপে দ্বিপাক্ষিক সম্পৰ্ক আৰু সংহযোগিতা অধিক বৃদ্ধিৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণ কৰিব। ভাৰত ভ্ৰমণৰ সময়ছোৱাত আনন্দে নতুন দিল্লীত বিদেশমন্ত্রী এছ. জয়শংকৰ আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলৰ সৈতে বৈঠকত মিলিত হ'ব। এই আলোচনা কালত কৌশলগত সহযোগিতা বৃদ্ধিৰ ৰূপৰেখা প্ৰস্তুত, ভিন্ন বাণিজ্যিক খণ্ডত মনোনিৱেশ, শক্তি ৰূপান্তৰকৰণ আৰু নিৰাপত্তা সংক্রান্তীয় ...