November 17, 2024 8:26 PM

views 41

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ  সামৰণি

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সন্ধিয়া সামৰণি পৰিব। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টাৰ ত্রুটি কৰা নাই। বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি বোকাৰো জিলাৰ গমিয়াত এখন প্ৰচাৰ সভাত অংশ লৈ হেমন্ত চোৰেণক ৰাজ্যখনৰ দুৰ্নীতি আৰু দুঃশাসনৰ অভিযোগ তোলে। আনহাতে, জ্যেষ্ঠ জে এম এম নেতা তথা মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে তেওঁক লক্ষ্য কৰি ভাষণ দিয়াৰ বাবে বিজেপিক সমালোচনা কৰে। ডামকাত আজি এখন প্ৰচাৰ সভাত ভাগ লৈ শ্ৰীচোৰেণে কয় যে বিজেপিয়ে জনসাধাৰণক...