November 11, 2024 8:31 PM

views 15

ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰে। অৱশ্যে নক্সাল অধ্যুষিত অঞ্চলসমূহত বিয়লি ৪ বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। এই পৰ্যায়ত ৪৩ টা সমষ্টিৰ বাবে পৰহিলৈ ভোটগ্রহণ কৰা হ'ব। এন ডি এ আৰু ইণ্ডি মিত্রজোটে বিভিন্ন বিষয় লৈ ভোটদাতাৰ মন জয় কৰাৰ প্ৰয়াস চলায়। এন ডি এই হেমন্ত ছোৰেন চৰকাৰৰ বিৰুদ্ধে দুর্নীতি, বাংলাদেশী অনুপ্ৰৱেশ, নিবনুৱা সমস্যা আদিৰ বিষয় লৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে ইণ্ডি মিত্ৰজোঁটে কেন্দ্ৰৰ দ্বাৰা ঝাৰখণ্ডৰ প্রতি বৈষম্য দেখুওৱা আৰু উপযুক্ত পুঁজিৰ ...