May 10, 2024 11:49 AM May 10, 2024 11:49 AM
16
প্ৰধানমন্ত্ৰী মোদীৰ আজি নাৰায়ণপেট আৰু হায়দৰাবাদত নিৰ্বাচনী প্ৰচাৰ সভা, পশ্চিমবংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’
চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণিলৈ মাজত এটা দিন বাকী থকা অৱস্থাত লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। প্ৰধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্রহণ কৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ ভিন ভিন প্ৰান্তত নির্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নাৰায়ণপেট আৰু হায়দৰাবা...