May 27, 2024 7:54 PM

views 14

উত্তৰ প্ৰদেশৰ কুশীনগৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ জনসভা

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কৈছে যে অহা ৪ জুনত এন ডি এ-ই ৪০০ খনতকৈ অধিক আসন লাভ কৰিব আৰু নৰেন্দ্ৰ মোদী পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ স্থান অক্ষুণ্ণ ৰাখিব আৰু ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে আই এন ডি আই মিত্ৰজোটৰ পৰাজয়ৰ বাবে ই ভি এমসমূহক দোষাৰোপ কৰি সংবাদ মেল অনুষ্ঠিত কৰিব। তেওঁ কয় যে, ৪ জুনৰ ফলাফলৰ পাছত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ বাধ্য হব। উত্তৰ প্ৰদেশৰ কুশীনগৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত আজি এখন...