January 11, 2025 1:37 PM

views 10

২০০৬ চনৰ পূৰ্বে স্থাপিত বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্যিক মন্ত্রীসভাৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত কালি ৰাজ্যবাসীৰ সৰ্বাংগীণ কল্যাণৰ হকে বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰি ৰোৱা ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্যিক মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্লবৰুৱাক লৈ এখন উপ-সমিতি গঠন কৰা হয়। এই উপ-সমিতিয়ে এমাহৰ ভিতৰত প্ৰাদেশিকীকৰণ সন্দৰ্ভত মন্ত্রীসভাত প্রতি...