September 10, 2025 8:01 PM

views 16

বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত দ্বৈত ৰেলপথ প্ৰকল্পত কেবিনেটৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হোৱা বৈঠকত প্রায় ৩ হাজাৰ ১৬৯ কোটি টকা ব্যয়সাপেক্ষ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ ভাগলপুৰ-ডুমকা- ৰামপুৰহাট সংযোগী ১৭৭ কিলমিটাৰ দ্বৈত ৰেলপথ প্ৰকল্পত অনুমোদন জনায়। কেবিনেটে বক্সাৰ, ভাগলপুৰ হাইস্পীড কৰিড'ৰৰ মোকামা-মুংগৰত চাৰি-লেনযুক্ত নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰকল্পতো অনুমোদন জনায়। প্রকল্পটো সৰ্বমুঠ ৮২ কিলোমিটাৰ আৰু ইয়াত আনুমানিক ব্যয় ৪ হাজাৰ ৪৪৭ কোটি টকা ব্যয় হ'ব। বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্ব...