August 8, 2025 7:33 PM August 8, 2025 7:33 PM

views 3

প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীলৈ ৰাজসাহায্য প্ৰদানৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকললৈ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ১২ হাজাৰ কোটি টকা ৰাজসাহায্য প্ৰদানৰ অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ১০ কোটি ৩৩ লাখৰো অধিক পৰিয়াল উপকৃত হৈছে।ৰাজহুৱা খণ্ডৰ তেল কোম্পানীলৈ মন্ত্ৰীসভাই ৩০  হাজাৰ কোটি টকাৰ ক্ষতিপূৰণত অনুমোদন দিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৩ টা ৰাজহুৱা খণ্ডৰ তৈল বিপনন কোম্পানী আই অ’ চি এল, বি পি চি এল  আৰু এইচ পি চি এললৈ এই ধনৰাশি আৱণ্টন দিয়া হ’ব। তদুপৰি কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বহুমুখী শিক্ষা আৰ...