July 4, 2024 12:44 PM

views 21

চৰকাৰৰ কেবিনেট কমিটীসমূহ গঠন

চৰকাৰে কেবিনেট কমিটীসমূহ গঠন কৰিছে। সেই অনুসাৰে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীত ১১ গৰাকী সদস্য থাকিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ অধ্যক্ষতা কৰিব। কমিটীত বাকী সকস্যসকলক ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমন, কৃষিমন্ত্রী শিৱৰাজ সিং চৌহান, তীখামন্ত্রী এইচ ডি কুমাৰস্বামী আৰু পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন অন্যতম। একেদৰে শ্রীমোদী সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰো অধ্যক্ষ হ'ব। ৰাজনাথ সিং, অমিত শ্বাহ, নির্মলা সীতাৰমণ আৰু বিদেশ মন্ত্...