October 24, 2024 8:45 PM

views 32

মহাকাশ খণ্ডৰ বাবে ১,০০০ কোটি টকাৰ Venture Capital Fund গঠনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে আজি মহাকাশ খণ্ডৰ বাবে এহেজাৰ কোটি টকাৰ Venture Capital Fund গঠনত অনুমোদন জনাইছে। প্ৰস্তাৱিত Venture Capital Fundৰ ব্যৱহাৰৰ সময়সীমা পুঁজি সঞ্চালনাৰ আৰম্ভণিৰ দিনটোৰে পৰা ৫ বছৰ পৰ্যন্ত বৃদ্ধি কৰা হ'ব বুলি অৱগত কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমক এই সন্দৰ্ভত জনায় যে, এই পুঁজিয়ে মহাকাশ খণ্ডত কাম কৰি থকা ষ্টাৰ্ট আপসমূহৰ প্ৰসাৰৰ বাবে সহায় কৰিব। বিনিয়োগৰ সুবিধা আৰু পুঁজিৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰতি বছৰে এই পুঁজি গড়ে ডেৰশৰ ...