June 14, 2024 12:19 PM

views 27

নামৰূপত আজি মুখ্যমন্ত্রীৰ ২৫ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনৰ নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত ২৫ মেগাৱাট বিদুৎ উৎপাদনক্ষম সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অসম শক্তি উৎপাদন নিগম লিমিটডে আৰু অইল ইণ্ডিয়াৰ যৌথ উদ্যোগত আজি দিনৰ ২ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শক্তিমন্ত্ৰী নন্দিতা গার্লোছা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, বিধায়ক তৰংগ গগৈ, অইল ইণ্ডিয়া লিমিটেড আৰু এ পি ডি চি এলৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। উল্লেখযোগ যে আজি আধাৰশিলা ...