December 11, 2025 7:28 PM

views 11

ৰাজ্যত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী, প্ৰাদেশিকীকৃত আৰু চাহ বাগিচা আদর্শ বিদ্যালয়ত অধ্যয়নবত ৩ লাখ ১০ হাজাৰৰো অধিক শিক্ষার্থী লাভান্বিত হ'ব। ড০ শৰ্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তনৰ...