June 26, 2024 11:39 AM
8
টেক্সাচৰ ফৰ্ট ৱৰ্থ কনভেনচন চেন্টাৰত BWFUS অপেন বেডমিন্টন প্রতিযোগিতা আৰম্ভ
টেক্সাচৰ ফৰ্ট ৱৰ্থ কনভেনচন চেন্টাৰত কালি বি ডব্লিউ এফ ইউ এছ অপেন বেডমিন্টন প্রতিযোগিতা আৰম্ভ হৈছে। পুৰুষৰ ডাবলছৰ এখন খেলত ভাৰতৰ কৃষ্ণ প্ৰসাদ গৰাগা আৰু চাই প্ৰতীকৰ যুটিটোৱে স্কট গিল্ডিয়া আৰু পল ৰেনল্ডছৰ আয়াৰলেণ্ডৰ যুটিটোক ২১-১৪, ২১-১২ ব্যৱধানত পৰাস্ত কৰে। মহিলাৰ ডাবলছৰ এখন খেলত আজি আবেলি ট্রিচা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটোৱে চীনা টাইপেইৰ পি চেইহ আৰু ই হাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কার্তিকে গুলচন কুমাৰে যোৱা নিশা চীনা টাইপেইৰ জে লিয়াওৰ হাতত ১৯-২১, ১৩-২১ ব্যৱধানত পৰাজিত হোৱাৰ পিছত পুৰুষৰ একক ...