February 1, 2025 6:22 PM

views 12

লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি লোকসভাত দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্যৰে আৰু বৃহৎ অর্থনৈতিক সংস্কাৰৰ ঘোষণাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দাখিল কৰা আজিৰ বাজেটত শিশু, মহিলা, কৃষক আৰু উদ্যমী সকলৰ কাৰণে বিশেষ প্ৰস্তাৱ ঘোষণা কৰাৰ লগতে কৃষি, চিকিৎসা, নিয়োগ, পর্যটন আদি বিষয়সমূহেও গুৰুত্ব লাভ কৰিছে। এইবাৰৰ বাজেটত ১০টা প্ৰধান ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেট বিকশিত ভাৰতৰ আকাংক্ষা পূৰণৰ উদ্দেশ্যে প্ৰস্তু...