March 10, 2025 1:23 PM March 10, 2025 1:23 PM
19
বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন
বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। এই বাজেটে নতুন অসম গঢ়াত বিশেষ ভূমিকা ল'ব বুলি বিত্তমন্ত্রী নেওগে সদনত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকক জানিবলৈ দিয়ে। ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে। বিধানসভাত বাজেট দাখিল কৰি শ্ৰীমতী নেওগে কয়, যে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৯ শতাংশ আৰু জনমুৰি আয় ১৮ শতাংশলৈ বৃদ্ধি পাইছে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে অসমক প্ৰগতিৰ বাট মুকলি কৰি দিয়া বুলি উল্ল...