May 12, 2025 11:23 AM

views 35

সমগ্র বিশ্বতে বুদ্ধ পূর্ণিমা উদযাপন

সমগ্র বিশ্বতে আজি বুদ্ধ পূর্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মৰ দিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ নিৰ্বাণ লাভ কৰা দিন উপলক্ষেও আজিৰ উপলক্ষটো পালন কৰা হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ লগতে ভাৰত, নেপাল, ভূটান, বার্মা, থাইলেণ্ড, তিব্বত, কোৰিয়া, লাওছ, ভিয়েটনাম, মংগোলিয়া, কম্বোডিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ দৰে দেশসমূহত মহা আড়ম্বৰেৰে এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গৌতম বুদ্ধৰসমূহ অনুগামীলৈ বুদ্ধ ...

May 23, 2024 8:48 PM

views 30

আজি বুদ্ধ পূর্ণিমা, দেশবাসীক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ওলগ

দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বুদ্ধ পূর্ণিমা উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধই মানৱ জাতি আৰু সকলো জীৱৰ প্ৰতি সত্য, অহিংসা, সম্প্রীতি আৰু মৰম ভালপোৱাৰ বাৰ্তা দি থৈ গৈছে। তেওঁ কয় যে ভগৱান বুদ্ধ সহিষ্ণুতা, আত্মসজাগতা আৰু সুআচৰণৰ শিকনিসমূহে সকলোকে মানৱ জাতিৰ সেৱাৰ বাবে উদ্বুদ্ধ কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ ব...

May 23, 2024 8:35 PM

views 31

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুদ্ধ পূৰ্ণিমা পালন

আজি পৱিত্ৰ বুদ্ধ পূর্ণিমা। এই দিনটোতে গৌতম বুদ্ধই জন্মগ্ৰহণ কৰাৰ উপৰি সিদ্ধি লাভ আৰু মহা পৰিনিৰ্বাণ হৈছিল। আজি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰতাৰে এই দিনটো উদযাপন কৰে। দৰং জিলাৰ পানেৰী থানাৰ অন্তৰ্গত আনাধুৱাপাৰাত মাংগলিক ৰীতি-নীতিৰে বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম হৈছে। ইপিনে কামৰূপ জিলাৰ আমিনগাঁৱৰ বৌদ্ধ মন্দিৰ আৰু ৰঙিয়াত ১৯৪৩ চনত নির্মিত বৌদ্ধ স্তূপৰ সমীপত আজি দিনজোৰা কাৰ্যসূচীৰে বৌদ্ধ পূর্ণিমা পালন কৰা হয়। এই উপলক্ষে ধর্মীয় পতাকা উত্তোলন, মাংগলিক কার...

May 23, 2024 12:11 PM

views 32

দেশৰ বিভিন্ন প্ৰান্তত বুদ্ধ পূর্ণিমা পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বুদ্ধ পূর্ণিমা উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুমুৱে এটা বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধই মানৱ জাতি আৰু সকলো জীৱৰ প্ৰতি সত্য, অহিংসা, সম্প্ৰীতি আৰু মৰম ভালপোৱাৰ বাৰ্তা দি থৈ গৈছে। তেওঁ কয় যে ভগৱান বুদ্ধ সহিষ্ণুতা, আত্মসজাগতা আৰু সুআচৰণৰ শিকণিসমূহে সকলোকে মানৱ জাতিৰ সেৱাৰ বাবে উদ্বুদ্ধ কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ...