September 12, 2024 6:06 PM

views 18

বুডাপেষ্টত অনুষ্ঠিত ৪৫ সংখ্যক এফ আই ডি ই ডবা অলিম্পিয়াডৰ প্ৰথম দিনা ভাৰতৰ আধিপত্য বিস্তাৰ

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত ৪৫ সংখ্যক এফ আই ডি ই ডবা অলিম্পিয়াডৰ প্ৰথম দিনা ভাৰতে আধিপত্য বিস্তাৰ কৰিছে। উদ্বোধনী শাখাৰ প্ৰথম ৰাউণ্ডৰ ভাৰতে মৰক্কোৰ বিৰুদ্ধে ৪-০ ফলাফলত জয়লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত ভাৰতে জার্মানীৰ বিৰুদ্ধে ৩ দশমিক ৫ - ০ দশমিক ৫ ফলাফলত বিজয় সাব্যস্ত কৰে। আৰ প্ৰজ্ঞানানন্দই মৰক্কোৰ টিচিৰ মহম্মদক পৰাজিত কৰে। আনহাতে, বিদিত গুজৰাটীয়ে ঔআখিৰ মেহদী পিয়েৰক আৰু পেণ্টালা হৰিকৃষ্ণাই মৌয়াদ অনছৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। ইয়াৰ লগতে বিশ্বৰ চতুৰ্থ স্থানৰ অৰ্জুন এৰিগেচিয়ে এলবিলিয়া জ...