September 22, 2024 11:32 AM September 22, 2024 11:32 AM
4
ৰাজ্যত বৰ্ধিত তাপমাত্রাৰ প্ৰতি লক্ষ্য ৰাখি বড়োলেণ্ডৰ সকলো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি
ৰাজ্যত বৰ্ধিত তাপমাত্রা তথা উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি বড়োলেণ্ডৰ সকলো ব্যক্তিগত, চৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী আজিৰে পৰা সালসলনিৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা চাৰে সাত বজাৰ পৰা ১১ বজালৈ, উচ্চ প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী চাৰে সাত বজাৰ পৰা চাৰে ১১ বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা চাৰে ৭ বজাৰ পৰা দিনৰ ১২ বজালৈ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি সকলো শিক্ষানুষ্ঠানকে...