September 17, 2025 11:50 AM September 17, 2025 11:50 AM

views 23

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড° শৰ্মাই কালি খালিংদুৱাৰ সমষ্টিত দলীয় প্রার্থী অৰ্জুন দৈমাৰীৰ সমৰ্থনত পলাহগড়ত প্ৰচাৰ চলায়। তেওঁ ৰাজগড়ত নোনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ তাঁতিৰ হৈ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে কালি ত...

September 14, 2025 11:55 AM September 14, 2025 11:55 AM

views 16

বিটিচি নিৰ্বাচন উপলক্ষে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ

বিটিচি নিৰ্বাচনৰ ভোটগ্রহণলৈ মাজত এসপ্তাহ বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কালি পৰ্বতঝৰা পৰিষদীয় সমষ্টিত দলীয় প্রার্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি চিৰাং জিলাৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী অজয় কুমাৰ দাসৰ সমৰ্থনত ১ নম্বৰ ফাগুনাগাঁও আৰু শিয়ালমাৰী গাঁৱত নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ মুৰববী প্রমোদ বড...

September 8, 2025 11:10 PM September 8, 2025 11:10 PM

views 30

বিটিচিৰ নিৰ্বাচনৰ বাবে প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচিৰ নিৰ্বাচনৰ বাবে জিলা কেইখনৰ প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। ৰাজনৈতিক দলসমূহেও দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তামুলপুৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আজি জিলাখনৰ বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্রিজাইডিং আৰু প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণত জিলা আয়ুক্তই প্ৰশিক্ষাৰ্থীসকলক নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্...

September 7, 2025 11:53 AM September 7, 2025 11:53 AM

views 18

বি টি আৰৰ ৪০টা সমষ্টিত ২২ ছেপ্তেম্বৰত হ’বলগীয়া নিৰ্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীৰ মাজত প্রতিদ্বন্দ্বিতা

বি টি আৰৰ ৪০টা সমষ্টিত ২২ ছেপ্তেম্বৰত হ'বলগীয়া নিৰ্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ আগেয়ে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। এই নিৰ্বাচনৰ বাবে ৩৮৪ খন মনোনয়ন দাখিল হৈছিল আৰু ইয়াৰে ৩৫০ খন বৈধ হিচাপে বিবেচিত হৈছিল। বাক্সা জিলাত কালি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। ইয়াৰ ফলত জিলাখনৰ ছটা পৰিষদীয় সমষ্টিত ৫২ গৰাকী প্ৰাৰ্থী ...

September 6, 2025 9:13 PM September 6, 2025 9:13 PM

views 20

বি টি আৰৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্রত্যাহাৰ

  বি টি আৰৰ ৪০ টা সমষ্টিত ২২ ছেপ্তেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। ইয়াৰ আগেয়ে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। বাক্সা জিলাৰ ককলাবাৰীত আজি বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আজি কমেও ৫০ ...

September 5, 2025 8:41 PM September 5, 2025 8:41 PM

views 40

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মন্ত্রী তথা জেষ্ঠ্য বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ ভোটেপোৱাবৰীৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ এখন বৈঠকত অংশ লয়। বিজেপি প্ৰাৰ্থী ৰমেন মদাহীৰ হৈ প্ৰচাৰ চলাই তেওঁ গোট সমিতিৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী তথা জেষ্ঠ্য বিজেপি নেতা পীয়ুষ হাজৰিকাই ওডালগুৰি জিলাত বিটিআৰ নিৰ্বাচনৰ এখন প্ৰস্তু...

September 1, 2025 11:20 AM September 1, 2025 11:20 AM

views 30

বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয় তালিকা প্ৰকাশৰ সম্ভাৱনা

● বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আটাইকেইটা ৰাজনৈতিক দলে পর্যায়ক্রমে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত প্ৰচাৰে বিশেষত্ব লাভ কৰিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত দলীয় নেতাৰ বিৰুদ্ধে মুকলি বিদ্রোহো আৰম্ভ হৈছে। মিত্ৰদল ইউ পি পি এলৰ সৈতে বন্ধুত্বপূর্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰা বুলি ঘোষণা কৰা বিজেপিয়ে কালি সন্ধিয়া ২৮ জনীয়া দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই কালি এখন সং...

August 19, 2025 12:51 PM August 19, 2025 12:51 PM

views 46

বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ কচুগাঁৱত এখন জনসভাত অংশগ্ৰহণ কৰিছে। এই সভাত তেওঁ বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ বিজেপিৰ হৈ প্ৰচাৰ চলায়। জনতাক সম্বোধি তেওঁ কয়, যে বি পি এফ নাইবা ইউ পি পি এলৰ লগত আসন বুজাবুজিৰে বিজেপি বি টি আৰত নিৰ্বাচনত অৱতীৰ্ণ হ'লে বিজেপিৰ ভাগত পৰা আটাইকেইখন আসনত ৰাইজে দলটোক জয়যুক্ত কৰিব যদিও ৰাইজৰ কাম কৰিবৰ বাবে এয়া পর্যাপ্ত নহয়। সেয়ে বি টি আৰ বাসীৰ সামগ্রিক উন্নয়নৰ বাবে এইবাৰৰ নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰি ৰাইজৰ কাম কৰাৰ সুবিধা দিবলৈ মুখ্যমন্ত্ৰ...

August 2, 2025 8:33 PM August 2, 2025 8:33 PM

views 14

ছেপ্তেম্বৰৰ তৃতীয় সপ্তাহৰ ভিতৰত বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ছেপ্তেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ওদালগুৰি জিলাৰ হৰিশিঙা পৰিষদীয় সমষ্টি-ভিত্তিত অনুষ্ঠিত এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে বি টি আৰত এইবাৰ বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। বিজেপিয়ে ২৫ আগষ্টৰ পাছত সমষ্টি-ভিত্তিত প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব বুলি তেওঁ কয়। বিগত পাঁচ বছৰত বি টি আৰত শান্তি স্থাপন হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে।