June 18, 2025 1:22 PM

views 19

বি টি চি নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্রকাশৰ জাননী জাৰি

ৰাজ্যিক নির্বাচন আয়োগে কালি বি টি চি নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্রকাশৰ জাননী জাৰি কৰে। এই অনুসৰি কাইলৈ ফটোযুক্ত ভোটাৰ তালিকা প্রকাশৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হ'ব আৰু ২২ জুলাইত খচৰা তালিকা প্রকাশ পাব। ৫ আগষ্টৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিব পৰা হ'ব আৰু ১১ আগষ্টৰ ভিতৰত এইবোৰ নিষ্পত্তি কৰা হ'ব। ১৩ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা আৰু ১৮ আগষ্টত ভোটগ্রহণ কেন্দ্ৰৰ তালিকা প্রকাশ পাব। উল্লেখযোগ্য যে যোৱা ৫ জুনত বিটিচি পৰিষদীয় সমষ্টিৰ পুনৰ গঠনৰ বাবে খচৰা পুনব নিৰ্ধাৰণৰ আদেশ জাৰি কৰা হৈছে। বিগত সময়ছোৱা...